সেই দুখৰ লগা দিনটোৰ আজি এবছৰ হল, কিন্তু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় নাপালে😭
যেতিয়ালৈকে আকাশত জোন-তৰা থাকিব, যেতিয়ালৈকে মানুহৰ বুকুত আৱেগ থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গ প্ৰতিজন মানুহৰ উশাহত জীয়াই থাকিব, এই মহান সত্তাটোৰ কেতিয়াও মৃত্যু হ’ব নোৱাৰে। ♥️♥️♥️
জয় জুবিন দা
Who will Cry when You Die.
Do some good deeds, So that people might remember when you die. #Helping needy people is my job.
Tezpur Rural, India



